কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ চানখোলাত বন বিভাগ আৰু কচুৱা আৰক্ষীয়ে অভিযান চলাই বৃহৎপৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ ভিত্তিত কচুৱাৰ চানখোলাৰ খাইৰুল ইছলামৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি। আৰু পঢ়কঃদুই থানাৰ আৰক্ষীৰ যৌথ অভিযানত গ্ৰেপ্তাৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় লক্ষাধিক টকাৰ হ’ব বুলি বনবিভাগে জানিবলৈ […]