কামপুৰঃ নগাঁৱৰ কচুৱাত কেৰেলা আৰক্ষীৰ অভিযান। অভিযানত আটক কচুৱাৰ উপৰ কাহুন্দাৰ চাদ্দাম হুছেইন নামৰ এজন লোক। লগতে পঢ়কঃউৰুখা পঁজাতেই জীৱন অতিবাহিত কৰিছে এগৰাকী মুক্তিযুদ্ধাই কেৰেলাৰ এটা কোম্পানীৰ পৰা চাদ্দামে পাঁচ লক্ষাধিক টকাৰ লগতে আপত্তিজনক নথি পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৱতীয় কাৰ্যৰ পাছত চাদ্দামক কেৰেলালৈ লৈ যায় কেৰেলা আৰক্ষীয়ে।