কলগাছিয়া : কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ২০ খনকৈ দোকান। কলগাছিয়াৰ সাপ্তাহিক বজাৰত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত হয় ২০ খনকৈ দোকান। অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকাৰ সম্পত্তি ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে ৰাইজে। পুৱতি নিশা বৰপেটা জিলাৰ কলগাছিয়া সাপ্তাহিক বজাৰত সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত বজাৰখনৰ ২০ খনকৈ দোকান ভস্মীভূত হয়। বজাৰখনৰ ব্যৱসায়ী সকলে নিশা দোকান […]