মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুগৰাকী কণমানিৰ কাতৰ আহ্বান। কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ দুই দুৰ্ভগীয়া কণমানিয়ে হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি সহায় বিচাৰিলে। মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী লিপিকা দাস আৰু নৱম শ্ৰেণীৰ ছাত্ৰী জ্যোতিৰেখা দাসৰ পিতৃ-মাতৃৰ দহ বছৰ পূৰ্বেই মৃত্যু হৈছিল। পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ককাক-আইতাকে চোৱা-চিতা কৰিছিল যদিও তেওঁলোকৰো মৃত্যু হোৱাত সমগ্ৰ দায়িত্ব […]