Posted inঅসম

বোকাখাতত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

বোকাখাত,উত্তম কুমাৰ শৰ্মাঃ সোমবাৰে বোকাখাতত উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ। বোকাখাতত উপস্থিত হৈ সাংসদ গৰাকীয়ে প্ৰথমে আনন্দপুৰ চাহ বাগিচাত ৩লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এটি বিনোদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বোকাখাতৰ অনাথ আশ্ৰমস্থিত শিশুগৃহৰ চৌহদৰ পকীবেৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে, বোকাখাতৰ শিশুগৃহই সাংসদ গৰাকীৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী […]