Posted inঅসম

কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ড

কলিয়াবৰঃ কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কাণ্ড সংঘটিত হৈছে। ব্ৰয়লাৰ কোম্পানীত কৰ্মৰত এজন লোকৰ পৰা ডকাইতে খুকুৰী দেখুৱাই কাঢ়ি লৈ গ’ল পালচাৰ বাইক, নগদ ধন, এটিএম সহ ম’বাইল ফোন। জানিব পৰা মতে, ব্ৰয়লাৰ কোম্পানীত কৰ্মৰত পল্লৱ বৰদলৈ নামৰ লোকজনে শুকুৰবাৰে নিশা প্ৰায় ১০বাজি ২০ মিনিট মানত ৰাষ্ট্ৰীয় ঘাইপথৰে নিজৰ পালচাৰ বাইকেৰে কৰ্মস্থলীৰ পৰা বাসগৃহলৈ আহি আছিল। […]