Posted inৰাজনীতি

মৰিয়নি সমষ্টিৰ ২৮ বছৰীয়া কংগ্ৰেছী শাসন অন্ত কৰিবলৈ বিজেপিৰ প্ৰাৰ্থী হ’ব কামাখ্যা প্ৰসাদ তাছা !

নিউজ ডেস্ক: যোৱা সময় ছোৱাত প্ৰায় ২৮ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা মৰিয়নি সমষ্টিটো উদ্ধাৰৰ বাবে বিজেপিয়ে অভিযান আৰম্ভ হৈছে। শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম। প্ৰথম পৰ্যায়ত নিৰ্বাচন হ’ব লগা দলটোৰ প্ৰাৰ্থী কোন হ’ব সময় হাতত মাত্ৰ ৬টা দিন । তাছাৰ নাম শেহতীয়াকৈ চৰ্চাত আহিছে যদিও প্ৰাৰ্থিত্বৰ দাবীদাৰ বহুকেইজন আছে । […]