Posted inঅসম

পবিত্ৰ অম্বুবাচী মেলাৰ এই পাঁচটা বিশেষ কথা আপুনি জানেনে?

নিউজ ডেস্ক : দেৱী কামাখ্যাৰ উপাসনাস্থলী ঐতিহাসিক কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰৰ আহাৰ মাহত চাৰি দিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় পবিত্ৰ অম্বুবাচী মেলা। জনবিশ্বাস মতে প্ৰতি বছৰে এই সময়ছোৱাত দেৱী কামাখ্যাৰ ঋতুমতী হয়। এই উৎসৱৰ তাৎপৰ্য্য: জ্যোতিষ শাস্ত্ৰ মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ অতীত হ’লে চতুৰ্থ পাদ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী ঋতুমতী হয়। এই […]