Posted inঅসম

পুৱাই মা কামাখ্যাৰ আশীষ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্কঃ অসম ভ্ৰমণৰ আজি তৃতীয়টো দিন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আজি পুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী উপস্থিত হয় কামাখ্যা দেৱালয়ত।  কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ লগত মা কামাখ্যাৰ আশীষ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা মা দেৱীৰ আশীষ লোৱাৰ পাছতে খানাপাৰাত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ বৈঠকত উপস্থিত হয় গৃহমন্ত্ৰী গৰাকী। উল্লেখযোগ্য যে, এই বৈঠকত উত্তৰ-পূব পৰিষদৰ আগন্তুক […]