Posted inঅসম

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো উপেক্ষিত শ্বহীদ কমলা মিৰিৰ পৰিয়াল

গোলাঘাটঃ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশত চলিছে পূৰ্ণ প্ৰস্তুতি । কিন্তু যি শ্বহীদৰ বাবে দেশে স্বাধীনতা পালে, সেইসকলৰ বহুতেই উচিত মৰ্যদাৰ পৰা আজিও উপেক্ষিত। প্ৰতি‌টো বৰ্ষৰে ১৫ আগষ্টত স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰি স্বাধীন হোৱাৰ আনন্দ উদযাপন কৰে দেশবাসীয়ে। এইবাৰো দেশৰ লগতে অসম চৰকাৰ-প্ৰশাসন সাজু হৈছে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে। […]