কমাৰগাঁও,চন্দন বৰাঃ গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ বানুৱাৰীপুৰত এজন যুৱকক এটা সাধাৰণ ঘটনাৰ বাবে মৰেল পুলিচগিৰি কৰি হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বাদুলিপাৰ বানোৱাৰীপুৰ চাহ বাগিচাৰ মতিলাল মাঝিৰ পুত্ৰ জীতেনে মাঝিয়ে(২৭) দেওবাৰে একে অঞ্চলৰে সুনীল ভূঞাৰ ঘৰৰ ভিতৰলৈ খিৰিকীৰে জুমি চোৱাত এগৰাকী কণমানিয়ে দেখা পাই চিঞৰ বাখৰ কৰাত […]