Posted inঅসম

আন্তজিলা যাতায়ত বন্ধ থকা সময়ত কেনেকৈ শ্ৰমিক আহিছে বহিৰাজ্যৰ পৰা

ধোৱা চাঙত চৰকাৰৰ ক’ভিড নীতি ৷নিষেধাজ্ঞাৰ মাজতে বহি:ৰাজ্যৰ শ্ৰমিকে ভৰি পৰিছে কামপুৰ ৷ বিপদ মাতিছে কামপুৰ বাসীলৈ ৷ যি সময়ত ক’ভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে SOP জাৰী কৰি আন্ত:জিলা যাতায়ত বন্ধ কৰিছে সেই সময়তে কামপুৰৰ বিভিন্ন স্থানত ৰেল বিভাগৰ ঠিকাদাৰে বহি:ৰাজ্যৰ শ্ৰমিক আনি নিয়োজিত কৰিছে কামত ৷ বহি:ৰাজ্যৰ শ্ৰমিক সকলৰ ক’ভিড পৰীক্ষা বা […]