Posted inঅসম

কামপুৰত ধৰ্ষণৰ চেষ্টা, আৰক্ষীৰ অভিযুক্তক ৰক্ষনাবেক্ষনৰ চেষ্টা

কামপুৰ: নগাঁও জিলাৰ গমাৰীআটিত এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ। জীৱন পাটৰ নামৰ লোক এজনে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহম্মদ হুছেইন ওৰফে ভূমিকম্পক লগত লৈ এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ উদ্দেশ্যে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলা গৰাকীৰ বস্ত্ৰ টনা আজোৰাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰে। চিঞৰ বাখৰ শুনি স্থানীয় লোক উপস্থিত হোৱাত দুই লম্পটে পলায়ন […]