কামপুৰ কঠিয়াতলী মূল পথটো এতিয়া ৰাজপথ নহয় যেন মৰণ ফান্দহে ৷ এই পথটো জৰাজীৰ্ণ অবস্থাৰ কথা বহুবাৰ আবেদন নিবেদন কৰিও ৰাইজে সুফল নাপালে আজিলৈকে ৷ বিগত সময়চোৱাত জৰাজীৰ্ণ পথটোত বহু কেইটা দূৰ্ঘটনা সংঘটিত হৈছে যদিও চৰকাৰ প্ৰশাসনে আজিলৈকে গুৰুত্ব নিদিলে ৷ আজি দিনদুপৰতে কামপুৰ ৰাজপথৰ দ’ গাঁতত সোমাই বাগৰি পৰিল ই-ৰিক্সা ৷ কেৱল ই-ৰিক্সাই নহয় […]
Tag: Kampur Road
Posted inঅসম