Posted inঅসম

উৰুলি,পুৰুহিতৰ মন্ত্ৰধ্বনিৰে কামপুৰত সম্পন্ন হ’ল এখন ব্যতিক্ৰমী বিবাহ

কামপুৰঃ নগাঁও জিলাৰ কামপুৰৰ পশ্চিম কাৱৈমাৰীত উদুলি-মুদুলি পৰিৱেশ। বিয়া নাম,আয়তীৰ উৰুলি,পুৰুহিতৰ মন্ত্ৰধ্বনিৰে মুখৰিত হৈছে গাঁওখন। নিশা গাঁওখনত অনুষ্ঠিত হ’ল এখন ব্যতিক্ৰমী বিবাহ। প্ৰচণ্ড খৰাঙে দহিছে ৰাজ্য। বিগত বছৰত ৮ টাকৈ বানে জুৰুলা কৰা কামপুৰৰ বিভিন্ন অঞ্চলত নাই পৰ্যাপ্ত বৰষুণ। নাই জলসিঞ্চনৰ কোনো সু-ব্যৱস্থা। ফলত শাওণ মাহ সোমাল এতিয়াও শুকান হৈ আছে কৃষকৰ পথাৰ। কঠিয়া ৰুৱাটো […]