কামপুৰৰ নিৰ্মাণ কাৰ্য্য চলি থকা কপিলী দলঙত অঘটন। জানিব পৰা মতে, দক্ষিণ দিশৰ ফালে ভাঙি পৰিল নিৰ্মাণ হৈ থকা দলংখন । দলঙখন ভাঙি পৰাৰ ফলত কেইবাজনো শ্ৰমিক আহত হৈছে। বৰ্তমান আহত হোৱা শ্ৰমিক সকলক চিকিৎসালয়লৈ প্ৰেৰণ হৈছে । তথ্য অনুসৰি, স্হানীয় ৰাইজে নিম্নমানৰ সামগ্ৰীৰে দলংখন নিৰ্মাণ কৰাৰ ফলত অঘটনটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে, […]
Tag: Kampur
Posted inঅসম
কামপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত এজন
Posted inNews