Posted inঅসম

কামৰূপ জিলালৈ ‘স্বচ্ছতা ৰথ’ আদৰিলে ডিডিচি নৰসিং বেয়ে

আমিনগাঁও : ‘‘ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া মুহূৰ্ত স্মৰণীয় কৰিবৰ বাবে গ্ৰহণ কৰা ‘আজাদী কা অমৃত মহোৎসৱ’ শীৰ্ষক কাৰ্যসূচী উপলক্ষে আৰম্ভ কৰা ‘স্বচ্ছতা ৰথ’ যাত্ৰাই কামৰূপ জিলাখনৰ জনসাধাৰণক পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা নিষ্কাশণ আৰু অনাময় আদি সম্পৰ্কত আৰু অধিক সজাগ কৰি তুলিব’’ স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ)ৰ উদ্যোগত ৰাজ্যজুৰি স্বচ্ছতা সম্পৰ্কত জনসজাগতা সৃষ্টিৰ বাবে উলিওৱা স্বচ্ছতা ৰথখনক কামৰূপ জিলালৈ […]