Posted inNews

১৭ আৰু ১৮ জুনত বন্ধ থাকিব উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান

আমিনগাঁও : অবিৰত বৰষুণৰ সম্ভবনাৰ পৰিপ্ৰেক্ষিতত ১৭ আৰু ১৮ জুনত উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা। কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকাৰীৰ অধ্যক্ষই উত্তৰ কামৰূপৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৭ জুন আৰু ১৮ জুনত কামৰূপ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি কৰা বতৰৰ আগলি বতৰাৰ পৰিপেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত […]