Posted inঅসম

বশিষ্ঠ মন্দিৰৰ কঁপিকুলক খাদ্য যোগান চাৰিগৰাকী প্ৰকৃতিপ্ৰেমীৰ

গুৱাহাটী : সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰতো ক’ভিড ১৯ মহামাৰীৰ ভয়াবহতাৰ মাজতে গুৱাহাটীস্থিত বশিষ্ঠ মন্দিৰ প্ৰাঙ্গনত কঁপিকুলক কিছু খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভাৱতাৰ পৰিচয় দাঙি ধৰিলে গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমী বিশ্বজিৎ সাহা, বিজু প্ৰভা দাস, প্ৰাঞ্জল চৌধুৰী আৰু ৰুপম বৈশ্য নামৰ চাৰি গৰাকী প্ৰকৃতিপ্ৰেমীয়ে। ক’ভিড ১৯ ৰ এই সময়ছোৱাত বহু জীৱ-জন্তু খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে। […]