Posted inNews

অনুমতি অবিহনে জিলাত খান্দিব নোৱাৰিব ৰাষ্টা : উপায়ুক্ত

গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয়। অতিৰিক্ত উপায়ুক্ত সুকণ্যা বৰা, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰৰ উপস্থিতিত আৰু জিলাখনৰ সকলো মূৰব্বী বিষয়াই অংশগ্ৰহণ কৰা এই সভাত প্ৰত্যেকটো বিভাগতে চলি থকা কাম-কাজৰ বিতং পৰ্যালোচনা কৰে উপায়ুক্ত গৰাকীয়ে। জিলাখনৰ সকলো বিদ্যালয়তে খোৱাপানী […]