গুৱাহাটী : নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্টৰ অন্তৰ্গত কাম-কাজৰ খতিয়ান ল’লে উপায়ুক্তই। ‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ (এনচিএলপি)ৰ অন্তৰ্গত প্ৰিয়বন্ধু, গণবন্ধু, সুন্দৰম, শৰাইঘাট, আমাৰ প্ৰয়াস আদি বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে কামৰূপ মহানগৰ জিলাত শিশু শ্ৰমিকসকলৰ কল্যাণৰ হকে চলাই থকা কাম-কাজৰ ওপৰত আলোচনা কৰিবলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনামূলক সভা অনুষ্ঠিত […]