Posted inঅসম

সাংবাদিক-সংবাদকর্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ

গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীৰ নির্দেশ মর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ ক্ষেত্ৰত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদকর্মীসকলক থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ (লার্নাৰ লাইচেঞ্চ) প্রদানৰ এক পদক্ষেপ গ্রহণ কৰা হৈছে। ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে ১০০ দিন অতিক্ৰম কৰা উপলক্ষে এই […]