Posted inঅসম

বনভোজ খাবলৈ যোৱা দল, বাহনৰ চালকৰ প্ৰতি লক্ষ্য ৰাখিব পৰিবহণ বিভাগে

গুৱাহাটী : নৱবৰ্ষ উদযাপনৰ নামত সংঘটিত হ’ব নোৱাৰিব পথ দুৰ্ঘটনাজনিত মৃত্যু। বনভোজ খাবলৈ যোৱা দল, বাহনৰ চালকৰ প্ৰতি লক্ষ্য ৰাখিব পৰিবহণ বিভাগে। বিভিন্ন বিভাগলৈ মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাৰ নিৰ্দেশনা। পথ-দুৰ্ঘটনা তথা পথ-দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা পাৰ্যমানে হ্ৰাস কৰাৰ উদ্দেশে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা জিলা উপায়ুক্তৰ সভাগৃহত […]