Posted inঅসম

এইবাৰ ধাবাত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান

আমিনগাঁও : এইবাৰ ধাবাত চলিল আবকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান। আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ৰাজপথৰ কাষত থকা ধাবা সমূহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলালে আবকাৰী বিভাগে। ৰাজহুৱা স্থানত সুৰা পান কৰি থকা দুজন লোকক জৰিমনা। মঙলবাৰে কামৰূপ জিলাৰ চাংসাৰি মণ্ডলৰ আবকাৰী পৰিদৰ্শক নৰেন দাসৰ নেতৃত্বত আমিনগাঁৱৰ পৰা চাংসাৰিলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ধাবাসমূহত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান […]