আমিনগাঁও : কামৰূপ জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ সুব্যৱস্থাপনা তথা সুৰক্ষা ব্যৱস্থাৰে কামৰূপ জিলাত আজি চতুর্থ বর্গৰ পদৰ বাবে অনুষ্ঠিত হােৱা লিখিত পৰীক্ষা সুকলমে তথা শৃংখলাৱদ্ধভাৱে অনুষ্ঠিত হয়। উল্লেখ্য যে কামৰূপ জিলাত আজি এই লিখিত পৰীক্ষা মুঠ ৯১ টা কেন্দ্ৰত অনুষ্ঠিত হয়। ইয়াৰে প্রথম চীফট ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় চীফট আবেলি […]
Tag: Kamrup
Posted inNews