Posted inমুখ্যপৃষ্ঠা

চিৰ দিনলৈ বন্ধ কৰি দিয়া হ’ল অভিনেত্ৰী কঙ্গনা ৰানাউটৰ টুইটাৰ একাউণ্ট

চিৰ দিনলৈ বন্ধ কৰা হ’ল বলিউডৰ অভিনেত্ৰী কঙ্গনা ৰানাউটৰ টুইটাৰ একাউণ্ট। অভিনেত্ৰী গৰাকীয়ে বাৰম্বাৰ সামাজিক মাধ্যমটোৰ নীতি লংঘন কৰি অহা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি টুইটাৰৰ ফালৰ পৰা জনোৱা হয়। জানিব পৰা মতে, সদ্য সমাপ্ত পশ্চিমবংগ নিৰ্বাচনৰ ফলাফলৰ পিছত সৃষ্টি হোৱা হিংসাত্মক ঘটনাক লৈ অভিনেত্ৰী গৰাকীয়ে উচতনিমূলক মন্তব্য দিছিল। অভিনেত্ৰী গৰাকীয়ে হিংসাত্মক ঘটনাৰ বাবে […]