নিউজ ডেস্ক: সমাগত আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনক লৈ এতিয়া বহুতে বহু ধৰণৰ মন্তব্য আগবঢ়াইছে। তাৰে পৰিপ্ৰেক্ষিতত বলিউদৰ অভিনেত্ৰী কংগনা ৰানাৱটে নিৰ্বাচন সন্দৰ্ভত নিজা মতামত আগবঢ়াইছে। দেওবাৰে হৰিদ্বাৰ ভ্ৰমণৰ সময়ত অভিনেত্ৰী কংগনা ৰানাৱটে নিৰ্বাচনক লৈ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে নিৰ্বাচনক লৈ ৰাইজৰ মাজত যথেষ্ট কৌতুহল আছে, লগতে তেওঁ ২০১৯ চনৰ দৰে নিৰ্বাচনী ফলাফল […]