Posted inদেশ-বিদেশ

আজি কংগ্ৰেছত যোগদান কৰিব দুই যুৱ নেতা কানহাইয়া কুমাৰ আৰু জিগনেছ মেৱানী

নিউজ ডেস্ক : গুজৰাটৰ ভাদগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানী তথা জৱাহাৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ) ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহাইয়া কুমাৰে আজি কংগ্ৰেছত যোগদান কৰিব। আজি পুৱা দিল্লীৰ কংগ্ৰেছৰ কাৰ্য্যালয়ৰ বাহিৰত এসময়ৰ ছাত্ৰ নেতা দুজনক দললৈ স্বাগতম জনোৱা পোষ্টাৰ সজাই থোৱা দেখা গৈছে। উল্লেখযোগ্য যে দলিত ছাত্ৰ নেতা জিগনেশ মেৱানীয়ে ২০১৭ চনত কংগ্ৰেছৰ […]