Posted inদেশ-বিদেশ

শান্ত নগাভূমিত অব্যাহত অশান্তিৰ দাবানল, ক্ষান্ত নহয় কন্যাক ইউনিয়ন

সোণাৰিঃ নগাভূমিত এতিয়াও অব্যাহত আছে ক্ষোভ। ম’ন জিলাৰ অ’টিংবস্তিৰ নাৰকীয় কাণ্ডৰ উচিত বিচাৰ নোহোৱা পৰ্য্যন্ত ক্ষান্ত নহয় জনতা। নগালেণ্ডৰ অন্যতম বৃহৎ শক্তিশালী সংগঠন ‘কন্যাক ইউনিয়নে” জাৰি কৰিছে নতুন জাননী। নগালেণ্ডৰ অ’টিংবস্তিত সেনাৰ গুলীত নিহত ১৪ জন লোকে ন্যায় নোপোৱা পৰ্যন্ত সমগ্র ম’ন জিলাত সেনাৰ কনভয় আৰু তহল (পেট্ৰলিং)ত নিষেধাজ্ঞা কন্যাক ইউনিয়নৰ। ম’ন জিলাত সেনাৰ নিযুক্তি […]