খনামুখঃ খনামুখত ”কন্যকা বেকাৰী এণ্ড ৰেষ্টোৰেন্ট” নামৰ কন্যকা বিপনী শুভাৰম্ভ। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষি পামৰ উদ্যোগত উৎপাদিত হোৱা বিশুদ্ধ গাখীৰ, দৈ, ঘী, ক্ৰীম, পনীৰ, মিঠাই, সৰিয়হৰ তেল, জহা চাউল ইত্যাদি সামগ্ৰীৰ লগতে বেকাৰী আৰু ৰেষ্টুৰেণ্ট মুকলি কৰে কন্যাকাৰ সভাপতি মতি নেৱাৰে । কন্যকাৰ বিপনী সমূহত […]