Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত Kapil Sharma ৰ ‘Zwigato’ৰ প্ৰিমিয়াৰ

জনপ্ৰিয় ষ্টেণ্ড-আপ কমেডিয়ান তথা অভিনেতা Kapil Sharma ৰ আগন্তুক ছবি ‘Zwigato’ বৰ্তমান চৰ্চাত আছে। দৰাচলতে, কপিল শৰ্মাৰ ছবিখন শীঘ্ৰেই টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (TIFF)ত প্ৰিমিয়াৰ হ’ব