Posted inৰাজনীতি

কংগ্ৰেছ ত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিব্বলৰ; সমাজবাদি পাৰ্টিৰ সমৰ্থন

নিউজ ডেস্ক: কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা দলটো জ্যেষ্ঠ নেতা কপিল ছিব্বলে। আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে ছিব্বলে ঘোষণা কৰে এই কথা। আজি সংবাদ মাধ্যমৰ আগত কপিল ছিব্বলে জনাই যে যোৱা ১৬ মে’ৰ দিনাই তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল। ‘’১৬ মে’ত মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰোঁ, মই […]