Posted inঅসম

ডিফুত আকৌ ড্ৰাগছ জব্দ, এজন আটক

ডিফু : বিগত কেবাদিন ধৰি কাৰ্বিপাহাৰৰ বিভিন্ন ঠাইত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যবহাৰ কৰা লোকৰ ওপৰত পুলিচে ধাৰাবাহিক অভিযান চলাই আহিছে। এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱন কৰা সকলক আটক কৰিছে। যোৱা ৮ ফেব্ৰুৱাৰীত ডিফুৰ পানবাৰীত ১৪লাখ টকাৰ ব্ৰাউন ছুগাৰ সহ দুজনক আটক কৰাৰ পিছত ডিলাইত ড্ৰাগছ সৈতে দুজনক আটক কৰিছিল। আজি আবেলিৰ সময়ত […]