নিউজ ডেস্ক: কাৰ্বি আংলং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে, শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। জিলাখনৰ আৰক্ষী অধীক্ষক সঞ্জীৱ নাৰায়ণে জনোৱা মতে এক গোপন সূত্ৰৰ পম খেদি ডিফু-ধনশিৰি পথৰ সমীপৰ এখন বনাঞ্চলৰ হাতী শিবিৰৰ ভিতৰত পুতি থোৱা অৱস্থাত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসমূহ উদ্ধাৰ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে দুটা গ্ৰেনেড, ৬৯ টা […]
Tag: Karbi Anglong
Posted inNews