Posted inNews

বোকাজানত ৮ কোটি টকাৰ ড্ৰাগছ জব্দ

বোকাজান : বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে বোকাজানত। দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে। কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজান আৰক্ষীয়ে অভিযান চলাই এখন বাহনৰ পৰা জব্দ কৰে প্ৰায় ৮ কোটিৰ ড্ৰাগছ। ডিমাপুৰৰ পৰা এখন বাহনত আনিছিল ১ কেজি ড্ৰাগছ। লগতে পঢ়ক […]