Posted inঅসম

হামৰেণত কাৰ্বি ছাত্ৰ সন্থাৰ লগতে নটাকৈ সংগঠনৰ প্ৰতিবাদ

ডিফু: পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ সদৰ হামৰেণত কাৰ্বি ছাত্ৰ সন্থাৰ এক গুৰুত্বপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্বি জনগোষ্ঠীৰ অন্যতম ধ্বজাবাহক কাৰ্বি ছাত্ৰ সন্থাৰ হামৰেণ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিশেষকৈ চাৰিটা সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷ তিৰকিমৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অন্তৰ্গত আদৰ্শ বিদ্যালয় […]