নিউজ ডেস্কঃ তৃতীয় বাৰৰ বাবে ‘মা’ হ’বলৈ ওলাইছে নেকি কৰীণা কাপুৰ? এই প্ৰশ্নই বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰি আছে। স্বামী ছৈইফ আলী খান আৰু দুই পুত্ৰৰ লগত সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে ইউৰোপত সময় কটাই আছে। অভিনেত্ৰীগৰাকীৰ ইউৰোপ ট্যুৰৰ এখন ফটো বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ফটো কেইখন প্ৰত্যক্ষ কৰি অনুৰাগীসকলৰ মনত কৰীণা […]