Posted inঅসম

কৰিমগঞ্জত আৰক্ষীৰ এনকাউণ্টাৰ নিহত আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰী নুৰুল ইছলাম

কৰিমগঞ্জ: কালি বিএছএফে ৰেলত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰা দুজন যুবকৰ ভিতৰত এজন নুৰুল ইছলাম আৰক্ষীৰ এনকাউন্টত মৃত্যু হৈছে । চাৰিটা পিষ্টল সহ ডিমাপুৰৰ পৰা পাথাৰকান্দিলৈ যোৱাৰ পথত বদৰপুৰত আটক কৰিছিল দুয়োকে । কালি নিশা আৰক্ষীক আক্ৰমন কৰি পলাবলৈ চেষ্টা কৰোতেই কৰিমগঞ্জৰ বদৰপুৰত আৰক্ষীৰ এনকাউন্টৰত নিহত এক আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰি নুৰুল ইছলাম। নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ […]