Posted inঅসম

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহতৰ সংখ্যা ১০ জনলৈ বৃদ্ধি

কৰিমগঞ্জ : কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে ১০ গৰাকীকৈ লোক। অসম-ত্ৰিপুৰা ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুর্ঘটনা সংঘটিত হৈছে। এএছ-১০-এচি-৫৭৮২ নম্বৰৰ অট’ৰিক্সা আৰু এনএল-০১-কিউ-০০৮৮ নম্বৰৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘর্ষত থিতাতে […]