Posted inঅসম

উৎকোচ লৈ পুলিচ ৰিপ’ৰ্ট দিয়া আৰক্ষীজন গ্ৰেপ্তাৰ

গুৱাহাটী : উৎকোচ লৈ পুলিচ ৰিপ’ৰ্ট দিয়া আৰক্ষীজন গ্ৰেপ্তাৰ। উৎকোচ লৈ অৱশেষত গ্ৰেপ্তাৰ হ’ল আৰক্ষী উপ পৰিদৰ্শক জিতেন্দ্ৰ সিং। কেমেৰাত বন্দী হৈছে উৎকোচ বিচাৰি থকাৰ সকলো দৃশ্য। উৎকোচ লৈ পুলিচ ৰিপ’ৰ্ট দিয়া আৰক্ষী উপ পৰিদৰ্শক জিতেন্দ্ৰ সিংক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী উপ পৰিদৰ্শক গৰাকীয়ে এজন লোকৰ পৰা পুলিচ ৰিপ’ৰ্ট দিয়া বিনিময়ত ধন বিচাৰি থকাৰ দৃশ্য […]