Posted inNews

কৰিমগঞ্জত ‘ফ’ট’কপি নেক্সাছ’, ভুৱা চিমকাৰ্ড চক্ৰ উৎখাত

কৰিমগঞ্জ: পৰিচয় পত্ৰৰ ফ’ট’কপি ব্যৱহাৰ কৰি ভুৱা চিমকাৰ্ড যোগাৰ কৰি অহা এটা চক্ৰৰ সৈতে জড়িত তিনিজন লোকক মঙলবাৰে কৰিমগঞ্জত গ্ৰেপ্তাৰ কৰা হয়। মঙলবাৰে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই জনোৱা মতে, ধৃত লোক কেইজনে এখন জেৰক্সৰ দোকানৰ পৰা ডকুমেন্টছৰ ফ’ট’কপি সংগ্ৰহ কৰি ডকুমেন্টছত থকা ব্যক্তিৰ নামত মোবাইলৰ চিমকাৰ্ড বনাই আহিছিল। কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনক […]