গুৱাহাটীঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ কফ চিৰাপ। এক গোপন সূত্ৰৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষীয়ে জিলাখনৰ বদৰপুৰ অঞ্চলত তালাচী চলাই এখন ডাম্পাৰৰ পৰা জব্দ কৰে ৯,৯০০ বটল কফ চিৰাপ। জব্দ কৰা কফ চিৰাপখিনিৰ বজাৰমূল্য প্ৰায় ৫০লাখ টকা বুলি আৰক্ষীয়ে জনাইছে। ইফালে আৰক্ষী অহাৰ উমান পাইয়ে ডাম্পাৰচালকজনৰ লগতে […]
Tag: KARIMGANJA
Posted inঅসম