Posted inদেশ-বিদেশ

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ বি এছ য়েডিয়ুৰাপ্পাৰ

নিউজ ডেস্ক : কৰ্ণাটকত বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ দিনাই বি এছ য়েডিয়ুৰাপ্পাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ। সোমবাৰে কৰ্ণাটকত বিজেপিৰ দুবছৰ সম্পূৰ্ণ হয় আৰু সোমবাৰেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে বি এছ যাদুৰাপ্পা। এতিয়া বিজেপিয়ে কাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব ইয়াকেলৈ চলিছে চৰ্চা। কৰ্ণাটকৰ ৰাজনৈতিক মহলত জোকাৰণী। সোমবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে […]