Posted inNews

স্নাতক, ডিপ্লমাধাৰী নিবনুৱাই মাহে লাভ কৰিব ১৫০০ৰ পৰা ৩০০০ টকাকৈ

নিউজ ডেস্ক- কৰ্ণাটকৰ নাগৰিকসকলৰ বাবে সুখবৰ। ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে ‘যুৱনিধি’ আঁচনিৰ অধীনত (১৮-২৫ বছৰৰ যুৱক-যুৱতী) প্রতি মাহে নিবনুৱা স্নাতকক ৩,০০০ টকাকৈ আৰু নিবনুৱা ডিপ্লমাধাৰীক ১,৫০০ টকাকৈ ভাত্তা প্ৰদান কৰিব।   কালি কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ আগতে দিয়া পাঁচটা প্রতিশ্রুতি বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে এই বিত্তীয় বৰ্ষতে পূৰণ কৰিবলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটৰ এই সিদ্ধান্ত সন্দৰ্ভত […]