Posted inঅসম

কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

নিউজ ডেস্ক : কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে বাৰাণসীত কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধনৰ পূৰ্বে গংগাত স্নান প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বাৰাণসীত নতুনকৈ নিৰ্মাণ কৰা কাশী বিশ্বনাথ ধামৰ শুভ উদ্বোধন কৰে। ৩৩৯ কোটি টকা ব্যয়ৰে নতুনকৈ নিৰ্মাণ কৰা হৈছে কাশী […]