পুনৰ উগ্ৰপন্থী দমনত সফল কাশ্মীৰৰ নিৰাপত্তা বাহিনী পুনৰ উগ্ৰপন্থী দমনত সফল হৈছে কাশ্মীৰৰ নিৰাপত্তা বাহিনী। মঙলবাৰে ৰাতিপুৱা কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰৰ শ্বোপিয়ান অঞ্চলত ৩ জন লস্কৰ-ই-তৈবা উগ্ৰপন্থীক নিহত কৰে। জানিব পৰা মতে অঞ্চলটোত নিৰীক্ষণৰ সময়তে উগ্ৰপন্থীসকলে হঠাতে আৰক্ষীৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত তিনিজন উগ্ৰপন্থী নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, মঙলবাৰে পুৱতি নিশা নিৰাপত্তাৰক্ষীৰ সৈতে […]