কঠিয়াতলীঃ নগাঁৱৰ কঠিয়াতলীত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বৃহৎ হাতীৰ জাকে বিগত কিছুদিন ধৰি আতংকৰ সৃষ্টি কৰিছে। এই বৃহৎ বন্যহস্তীৰ জাকটোক খেদি পঠিয়াবলৈ ৰাইজে দাবী উত্থাপন কৰি আহিছে। বন্যহস্তীৰ জাকটোক খেদিবলৈ স্থানীয় ৰাইজেও বন বিভাগক বিভিন্ন ধৰণে সহায় কৰিছে। কিন্তু এই বৃহৎ বন্যহস্তীৰ জাকটোক খেদিবলৈ বন বিভাগ এতিয়াও সক্ষম হোৱা […]