Posted inঅসম

আজি কাতি বিহু: ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্বলন

নিউজ ডেস্কঃ আজি কাতি বিহু। কাতি বিহু পালন কৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া। কোৰোনা সৃষ্ট পৰিবেশৰ মাজতে অসমৰ জাতীয় সংস্কৃতি তথা বৰ্ণাঢ্য লোক পৰম্পৰাক সৰোগত কৰি আজি ৰাজ্যজুৰি উদযাপিত হ’ব কৃষিজীৱি ৰাইজৰ অন্যতম লোক উৎসৱ কাতি বিহু। তুলসীজোপাৰ তলত চাকি জ্বলোৱাৰ লগতে শস্য শ্যামলা পথাৰখন লখিমীৰে উপচি পৰাৰ প্ৰাৰ্থনা জনাই ধাননি পথাৰত জ্বলাব এগচি […]