কামপুৰঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে যোৰহাটৰ পৰা দিল্লী ৰাজঘাট অভিমুখে চি আৰ পি এফে আৰম্ভ কৰিছে চাইকেল ৰেলীৰ । চি আৰ পি এফৰ ২৫ জনীয়া এটা দলে ৩১ আগষ্টত আৰম্ভ কৰা এই চাইকেল ৰেলীটো আজি নগাওঁ জিলাৰ কঠীয়াতলীত উপস্থিত হয়হি । লগতে পঢ়কঃঅসমৰ উঠি অহা প্ৰজন্মক ক্ৰীড়া জগতলৈ আগবাঢ়ি আহিবলৈ আহ্বান দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ […]