Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

কেতিয়া ছবি গৃহলৈ আহিব ছলমান-কেটৰিনা অভিনীত ‘টাইগাৰ ৩’?

নিউজ ডেস্ক: ২০২৩ চনৰ ২১ এপ্ৰিলত সমগ্ৰ বিশ্বজুৰি ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে ছুপাৰষ্টাৰ ছলমান খান আৰু কেটৰিনা কাইফ অভিনীত স্পাই থ্ৰিলাৰ ‘টাইগাৰ ৩’। Yash Raj Films (YRF) -ৰ বেনাৰত নিৰ্মাণ হ’ব লগীয়া থ্ৰিলাৰধৰ্মী ছবিখনত ছলমান আৰু কেটৰিনাক ক্ৰমে ‘টাইগাৰ’ আৰু ‘জয়া’ নামৰ দুই স্পাই এজেণ্টৰ চৰিত্ৰত দেখা পোৱা যাব। শুকুৰবাৰে দুয়োগৰাকী তাৰকাই সামাজিক মাধ্যমত […]