Posted inNews

Times Square ৰ NASDAQ ব’ৰ্ডত দেখা গ’ল অসমৰ কাবেৰী ভৰালীক

নিউজ ডেস্কঃ নিউয়ৰ্কৰ টাইমচ স্কোৱেৰত থকা NASDAQ ব’ৰ্ডত প্ৰথমবাৰৰ দেখা গ’ল এগৰাকী অসমীয়া মহিলাক। গুৱাহাটীৰ বাসিন্দা কাবেৰী ভৰালী টাইমচ স্কোৱেৰৰ NASDAQ ব’ৰ্ডত প্ৰদৰ্শন হোৱা প্ৰথম অসমীয়া মহিলা হিচাপে পৰিগণিত হৈছে।   যি ব্যতিক্ৰমী কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় তেনেলোকক NASDAQ ব’ৰ্ড প্ৰদৰ্শন কৰাটো এক সন্মানজনক মঞ্চ হিচাপে বিবেচিত হয়। বিশ্বব্যাপী কোটি কোটি লোকৰ বাবে ৱেবছাইট […]