Posted inNews

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্রাপ্য সাতটা কাছৰ সৈতে তিনি বনকৰ্মীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক- বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰক্ষকেই হৈ পৰিছে ভক্ষক। বন্যপ্রাণী সুৰক্ষা দিয়া ব্যক্তিসকলেই এতিয়া বন্যপ্রাণী নিধন কৰাত নামি পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুষ্প্রাপ্য সাতটা কাছৰ সৈতে তিনি বনকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত হাতী বন শিবিৰত থাকি কৰ্তব্য কৰি থকা বনকৰ্মীয়ে বন্যপ্রাণী নিধন কৰে। দীৰ্ঘদিনৰ পৰা কৰ্ণ বাউৰী, […]