স্বপন নাথ, কাজিৰঙা : মহামাৰী ক’ভিডৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ কাজিৰঙাৰ দূৰ্গাপুৰ গাঁৱত অৱস্থিত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখন । দৰ্শনাৰ্থীৰ কাৰণে বিগত সাত মাহ বন্ধ কৰি ৰাখিব লগা হৈছিল । বৰ্তমান ক’ভিডৰ প্ৰকোপ নিয়ন্ত্ৰণ হোৱালৈ চাই অৰ্থাৎ পৰিস্থিতি কিছু সুস্থিৰ হোৱাত আগন্তুক পহিলা […]