কাজিৰঙাঃ পুনৰ কাজিৰঙাত গঁড় হত্যা। কাজিৰঙাৰ কহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ সন্মুখত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ। ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে ।মৃত গঁড়টোৰ পৰা চিকাৰীয়ে কাটি নিছে খৰ্গ।লগতে পঢ়কঃকাজিৰঙাত যোৱা চাৰি বছৰে হ্ৰাস হৈছে দল হৰিণৰ সংখ্যাবুধবাৰৰ নিশা ৮ -৪৫ মিনিটত […]