Posted inঅসম

কাজিৰঙাক খীৰতী গাই সজোৱা আমোলা, এন. জি. অ’ক তদন্তৰ আওতালৈ অনাৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ

বোকাখাত, উত্তম কুমাৰ শৰ্মা: কাজিৰঙাত গঁড় গণনাৰ নামত ৰাজকীয় ভোগ বিলাসেৰে মাত্ৰ তিনিটা দিনতে ৰাজকোষৰ   ১৬ লাখ টকাৰ শৰাধ পাতি দেশবাসীৰ ওচৰত লজ্জানত কৰা বিভাগীয় আমোলা, এন.জি.অ’ক ন্যায়িক তদন্তৰ আওতালৈ অনাৰ দাবী তূলিছে জীপাল কৃষক শ্ৰমিক সংঘই। উল্লেখযোগ্য যে ২০১৮ চনৰ পিছত চলিত বর্ষত অনুষ্ঠিত হৈছিল ১৪ সংখ্যক গঁড় পিয়ল৷ বিগত ২৬ মার্চৰ পৰা […]