Posted inঅসম

বিশ্ব কাবাব দিৱসত আপোনাৰ বাবে আনিছো ডিব্ৰুগড়ৰ ৫ খন উৎকৃষ্ট কাবাব জইণ্ট

নিউজ ডেস্ক : কাবাব খোৱাৰ মজাই সুকীয়া। কাবাব খাই ভাল নোপোৱা মানুহ হয়টো খুব কমহে ওলাব। আপুনিয়ো নিশ্চয় এবাৰ হ’লেও সুস্বাদু কাবাবৰ জুতি লৈ পাইছে। যদি কেনেবাকৈ পোৱা নাই তেন্তে আজি কাবাবৰ জুতি লোৱাৰ এটা বিশেষ দিন, কিয়নো আজি হৈছে বিশ্ব কাবাব দিৱস। প্ৰতি বছৰৰ জুলাই মাহৰ দ্বিতীয়টো শুকুৰবাৰক বিশ্ব কাবাব দিৱস হিচাপে পালন কৰা […]