মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত হয় এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত এজন পাইলটসহ ৭ জন লোকে প্ৰাণ হেৰুৱায়। এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে সামাজিক মাধ্যমত হেলিকপ্টাৰ বিস্ফোৰণৰ এখন ফটো আৰু এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল ফটোখন বা ভিডিঅ’টো শ্বেয়াৰ কৰা একংশই এইয়া কেদাৰনাথত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ দৃশ্য বুলি দাবী কৰিছে। অৱশ্যে, ইষ্টম’জ’য়ে ফেক্ট-চেক […]