Posted inNews

২৮ এপ্ৰিলত ৰাজ্যজুৰি মুক্তি লাভ কৰিব কেনী বসুমতাৰী পৰিচালিত ছবি ‘কি কোৱা, দোস্তি…!’

বক্স অফিচত লোকেল উৎপাতৰ বৃহৎ সফলতাৰ পাছত মুক্তিৰ বাবে এতিয়া সাজু হৈছে ‘লোকেল কুংফু’ খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ পৰৱৰ্তী অসমীয়া ছবি ‘কি কোৱা, দোস্তি..!’ ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৪ মাৰ্চ তাৰিখে ডা: লিমা দাসে মুকলি কৰে। ছবিখনৰ সন্দৰ্ভত কেনীয়ে কয়, “কি কোৱা, দোস্তি…!” মূলত: ভাড়াঘৰৰ কাহিনী ৷ আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত […]