Posted inঅসম

কোকৰাঝাৰত তীব্ৰ চাঞ্চল্য! কৰ্কট ৰোগীক দিলে ম্যাদ যোৱা চেলাইন

পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়। পুনৰ বিতৰ্কৰ মাজত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়৷ এইবাৰ অসুস্থ ৰোগীক দিলে ম্যাদ উকলা চেলাইন। এই ঘটনাৰ পাছতেই ৰোগীৰ পৰিয়ালৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়৷ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাক লৈ ক্ষোভ প্ৰকাশ কৰে ৰোগীৰ আত্মীয়ই। ৰোগী গৰাকী কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি হেল বজাৰৰ নিবাসী বুলি জানিব পৰা গৈছে। […]