Posted inঅসম

ৰাজ্যবাসীয়ে লাভ কৰিব দ্ৰুত ইণ্টাৰনেট সেৱা:বাংলাদেশৰে যোগাযোগ ৰাজ্য চৰকাৰৰ

নিউজ ডেস্কঃ ৰাজ্যত দ্ৰুত ইণ্টাৰনেট সেৱা উপলব্ধ কৰাৰ প্ৰয়াসেৰে বাংলাদেশৰ লগত এক বুজাবুজিৰ চুক্তি সম্পন্ন কৰিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত মন্তব্য কৰিলে মন্ত্ৰী কেশৱ মহন্তই । মন্ত্ৰীগৰাকীয়ে কয়, ‘বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছত বাংলাদেশৰ চকবজাৰৰ পৰা গোটেই সংযোগটো  মেঘালয়হৈ অসমলৈ আনিব পৰা যাব। ভূটান আৰু নেপালৰ লগতো আমাৰ আলোচনা হৈছে। তেওঁলোকেও আমাৰ পৰা সংগ্ৰহ কৰিব। […]