নিউজ ডেস্ক: কাশ্মীৰক লৈ দিয়া এটা টুইটত কেন্দ্ৰ কৰি বিপদত পৰিছে ফাষ্ট ফুড ৰেষ্টুৰেন্ট চেইন KFC। যোৱা ৫ ফেব্ৰুৱাৰীত ‘কাশ্মীৰ দিৱস’ উপলক্ষে KFC পাকিস্তানৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত কাশ্মীৰৰ প্ৰতি ‘সমৰ্থন’ প্ৰকাশ কৰি শ্বেয়াৰ কৰা এটা টুইটত কেন্দ্ৰ কৰি সামাজিক মাধ্যমত বিতৰ্কৰ সূত্ৰপাত ঘটে। উক্ত টুইটটো ভাইৰেল হৈ পৰাৰ পিছতে ব্ৰেণ্ডটোক ভাৰতৰ বিভিন্ন লোকে গৰিহণা জনোৱাৰ […]